National

অৰুণাচললৈ বৰফ চাবলৈ গৈ দুৰ্ঘটনাত পতিত অসমৰ দুটা পৰিয়াল, ৬ জন লোকৰ সৈতে ভয়ংকৰ ঘটনা

নিউজ ডেক্স, ২৭ জানুৱাৰীঃ
অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল। কণমানিসহ ৬জন লোক পতিত দুৰ্ঘটনাত। অৰুণাচলৰ ৰ’য়িং আৰু মায়’দিয়াৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো৷ এখন স্ক’ৰপিঅ বাহনত গৈছিল লোককেইজন. অৰুণাচলৰ মায়দিয়ালৈ গৈছিল ফুৰিবলৈ।দুৰ্ঘটনাত থিতাতে মৃত্যু মহিলাসহ চাৰিজন লোকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ ৫০০ ফুট তলত পৰিল স্ক’ৰপিঅ’ বাহন।

উদ্ধাৰ হয় চালক মনোজ চেত্রীৰ মৃতদেহ৷

কণমানি শিশুসহ এগৰাকী মহিলাক সংকটজনক অৱস্থাত AMCHত ভৰ্তি৷ বাকী আন তিনিজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে শনিবাৰে নুমলীগড়ৰ ঔগুৰি চাপৰিৰৰ পৰা অৰুণাচললৈ ফুৰিবলৈ গৈছিল সূৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ পৰিয়াল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button