National

এম্বুলেন্সৰ খুন্দাত এগৰাকী মহিলাৰ সৈতে শোকাৱহ ঘটনা

নিউজ ডেক্স, ২৮ জানুৱাৰীঃ
গোৱালপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
মৃত্যুদূতৰ ৰূপত এখন এম্বুলেন্স,
এম্বুলেন্সৰ সুৰাসক্ত চালকে মহটিয়াই নিলে মহিলাক।
AS18-A-3660 নম্বৰৰ এম্বুলেন্সখনে মহটিয়াই নিয়ে মহিলাগৰাকীক৷
থিতাতে নিহত উমা কৈৰালা সাহা নামৰ মহিলাগৰাকী।
দুৰ্গামন্দিৰৰ ৰশ্মি বিয়া ভৱনৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button