National
ভয়ংকৰ পথ দুৰ্ঘটনাত ৫গৰাকীকৈ লোকৰ সৈতে শোকাৱহ ঘটনা

নিউজ ডেক্স, ১১ নৱেম্বৰঃ
কাছাৰৰ ৰানিঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো পিকআপ আৰু যাত্ৰীবাহি অটোৰ মুখামুখি সংঘৰ্ষত মৃত্যু পাঁচজনৰ । শিলচৰ কালাইন ৰোডৰ ৰানিঘাটত সংঘটিত হৈছে এই ঘটনা। মৃত পাঁচজন অটোৰ যাত্ৰীৰ আছিলে। থিতাতে মৃত্যু হয় অটোখনত থকা ৫গৰাকীকৈ লোকৰ।
ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে অবৰোধ কৰিছে শিলচৰ কালাইন সংযোগী পথ। দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু তিনিজন পুৰুষৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তীব্ৰগতিত আছিল দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ পিকআপ ভানখন।