National

তিনিচুকীয়াত বাঘৰ আতংক, আহত এগৰাকী মহিলা

নিউজ ডেক্স, ২৭ জানুৱাৰীঃ
তিনিচুকীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
নাহৰফুটুকীৰ আক্ৰমণত আহত এগৰাকী মহিলা।
ঘৰৰ চৌহদত প্ৰবেশ কৰি মহিলা গৰাকীক আক্ৰমণ নাহৰফুটুকীটোৱে ।
আহত মহিলা গৰাকীৰ নাম দিপ্তী দাস ।
চহৰখনৰ মাজমজিয়াত ৰঙাগড়া পথত নাৰহৰফুটুকীৰ বিছৰণক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button