National
শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ বিদ্যালয় পৰিদৰ্শক

নিউজ ডেক্স, ১০ ফেব্ৰুৱাৰীঃ
আজিৰে পৰা কোনো শিক্ষক/শিক্ষয়িত্ৰীয়ে শ্ৰেণী পাঠদানৰ সময়ত শ্ৰেণীকোঠালৈ মোবাইল ফোন নিয়াত বাধা আৰোপ কৰা হৈছে। কেৱল attendence recording ৰ বাবেহে নিব পাৰিব।
যদি educational purposeত মোবাইল ফোনটো ক্লাছ ৰুমত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আগতীয়াকৈ প্ৰধানশিক্ষক/অধ্যক্ষৰ approval লব লাগিব। শিৱসাগৰ জিলাৰ শিক্ষা বিষয়াৰ নিৰ্দেশনা। পাঠদানত যাতে ব্যাঘাত নজন্মে, সেই উদ্দেশ্যে এই নিৰ্দেশনা জাৰি কৰা বুলি সদৰি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে।
