National

কাজিৰঙাত গঁড়ৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

নিউজ ডেক্স, ২৮ জানুৱাৰীঃ
কাজিৰঙাৰ হালধিবাৰীত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু৷
প্ৰাতঃভ্ৰমণলৈ যাওঁতে গঁড়ে আক্ৰমণ কৰে লোকজনক।
মৃত লোকজন ৫৬ বছৰীয়া বিক্ৰম লোহাৰ বুলি জানিব পৰা গৈছে।
কাজিৰঙাৰ হাতীখুলি হালধিবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিড’ৰত সংঘটিত হয় এই ঘটনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button