Uncategorized

ভয়ংকৰ বনজুই, বৰ্তমানেও ৰহস্যৰ আৱৰ্তত বনজুই লগাৰ কাৰণ

নিউজ ডেক্স, ৬ ফ্ৰেব্ৰুৱাৰীঃ
লিডুৰ ইটাখোলা অঞ্চলৰ ৰেলপথৰ কাষত থকা অৰণ্য অঞ্চলত হঠাৎ লাগিল বনজুই। খৱৰ পাই অগ্নি নিৰ্বাপক বাহিনী আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ লোকে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও নিৰ্বাপিত হোৱা নাই অগ্নি। পাহাৰৰ ওখ ঢাললৈ সম্প্ৰসাৰিত হৈছে জুই। কেনেকৈ লাগিল এই বনজুই সেয়া ৰহস্যৰ আৱৰ্তত ।।সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে এক আতংকময় পৰিবেশ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button