Crime
নিজ বাসগৃহৰ ভিতৰতে জন্মদাত্ৰীৰ সৈতে পুত্ৰই কৰিলে ভয়ংকৰ কাণ্ড
নিউজ ডেক্স, ৫ অক্টোবৰ:
ডিব্ৰুগড়ত বানীপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । ঘৰ ভিতৰেই নিজ মাতৃক হ/ত্যাৰ কৰিলে কুলাঙ্গাৰ পুত্ৰই । ডিব্ৰুগড়ৰ বানীপুৰস্থিত ১১ নং বাইলত নিশা সংঘটিত হৈছে এই ঘটনা । হ…কাণ্ডত অভিযুক্ত পুত্ৰৰ নাম শংকৰজ্যোতি গগৈ।
নিজৰ ঘৰত ভিতৰতেই মাতৃক ডিঙি চেপি চেপি হ/ত্যা কৰা বুলি আৰক্ষী স্থানীয় ৰাইজে জানিবলৈ দিয়ে । মৃত দুৰ্ভগীয়া মাতৃ গৰাকীৰ নাম পূনিমা গগৈ বুলি জানিব পৰা গৈছে । ঘটনা পাছেই নিশাই গাভৰুপথা থানা আৰক্ষীৰ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি হ…কাৰী পুত্ৰক আটক কৰি আৰম্ভ কৰিছে তদন্ত ৷