Business

    অসমৰ বাবে কেইবাটাও বৃহৎ ঘোষণা আম্বানীৰ,৫০হাজাৰ কোটি টকা বিনিয়োগ কৰিব আম্বানীয়ে

    অসমৰ বাবে কেইবাটাও বৃহৎ ঘোষণা আম্বানীৰ,৫০হাজাৰ কোটি টকা বিনিয়োগ কৰিব আম্বানীয়ে

    নিউজ ডেক্স, ২৫ ফেব্ৰুৱাৰীঃএডভাণ্টেজ অসম অংশগ্ৰহণ কৰি অসমৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। আম্বানীয়ে…
    আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ সন্মিলন, দেশী-বিদেশী বিনিয়োগকাৰীৰে ভৰি পৰিছে মহানগৰী

    আজিৰে পৰা এডভাণ্টেজ আছাম ২.০ সন্মিলন, দেশী-বিদেশী বিনিয়োগকাৰীৰে ভৰি পৰিছে মহানগৰী

    নিউজ ডেক্স, ২৫ ফেব্ৰুৱাৰীঃআজিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ সন্মিলন। ভি আই পি, ভি ভি আই পিৰে…
    ২০২৫ বৰ্ষৰ বাজেট দাখিল, ১২লাখ টকালৈকে আয় কৰ ৰেহাই…

    ২০২৫ বৰ্ষৰ বাজেট দাখিল, ১২লাখ টকালৈকে আয় কৰ ৰেহাই…

    নিউজ ডেক্স, ১ ফ্ৰেব্ৰুৱাৰীঃঅষ্টমবাৰৰ বাবে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথম…
    এইবাৰ বৰাকত কোটিটকীয়া বৃহৎ ট্ৰেডিং কেলেংকাৰি, ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড দীপাঞ্জন নাথক গ্ৰেপ্তাৰ

    এইবাৰ বৰাকত কোটিটকীয়া বৃহৎ ট্ৰেডিং কেলেংকাৰি, ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড দীপাঞ্জন নাথক গ্ৰেপ্তাৰ

    নিউজ ডেক্স, ২৯ জানুৱাৰীঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাছত এইবাৰ বৰাকত বৃহৎ ট্ৰেডিং কেলেংকাৰি। ১৬ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইন্ড দীপাঞ্জন…
    হ্ৰাস পালে ছেনছেক্স আৰু নিফটীৰ পইণ্ট

    হ্ৰাস পালে ছেনছেক্স আৰু নিফটীৰ পইণ্ট

    নিউজ ডেক্স, ৫ আগষ্ট, ভাৰতৰ ষ্টক মাৰ্কেটৰ বেঞ্চমাৰ্ক ছেনছেক্স আৰু নিফটীৰ পতন।সোমবাৰে ৫ আগষ্টত ইন্ট্ৰাডে ট্ৰেডত ৩ শতাংশতকৈ অধিক হ্ৰাস…
    Jio Freedom Offer: এই ব্ৰডবেণ্ড ব্যৱহাৰকাৰীসকলৰ বাবে Reliance Jio ৰ ৩০% ৰেহাই

    Jio Freedom Offer: এই ব্ৰডবেণ্ড ব্যৱহাৰকাৰীসকলৰ বাবে Reliance Jio ৰ ৩০% ৰেহাই

    নিউজ ডেক্স, ২৬ জুলাইঃ ৰিলায়েন্স জিঅ’ই নতুন ব্ৰডবেণ্ড সংযোগ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে জিঅ’ স্বাধীনতা দিৱসৰ অফাৰ ঘোষণা কৰিছে।…
    নিৰাপত্তাহীনতাত ভুগিছে অসমৰ চাহ শ্ৰমিক !

    নিৰাপত্তাহীনতাত ভুগিছে অসমৰ চাহ শ্ৰমিক !

    নিউজ ডেক্স, ২৩ মে’ নিৰ্বাচনী প্ৰচাৰ আৰু ভোটৰ সময়ত চাহ শ্ৰমিকসকলক চিনি পোৱা চৰকাৰৰ চৰম দায়িত্বহীনতা।অসমৰ ডুমডুমাৰ টঙনাগাঁও চাহ বাগিচাত…
    নগদ ধন,বহু কেইখন বাহনসহ সাত দুধৰ্ষ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

    নগদ ধন,বহু কেইখন বাহনসহ সাত দুধৰ্ষ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

    নিউজ ডেক্স, ২৩ মে’লাহৰীঘাটত বুধবাৰে নিশা বৃহৎ জুৱাৰ ঘাটি উৎখাত আৰক্ষীৰ। নগদ ধন,বহু কেইখন বাহনসহ সাত দুধৰ্ষ জুৱাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ।…
    Back to top button