National
ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহীৰ সৈতে ভয়ংকৰ ঘটনা

নিউজ ডেক্স, ২৮ জানুৱাৰীঃ
হোজাই নীলবাগানত ভয়ংকৰ দুৰ্ঘটনা।
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী ।
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী থিতাতে নিহত হয় ।
ডবকাৰ কপাহবাৰী চানাপট্ৰিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
বাইক লগতে দূৰ্ঘটনা সংঘটিত কৰি পলায়ণ কৰে ডাম্পাৰ খন।
দূৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ হৈছে AS31E3559.
এতিয়ালৈকে কোনো পৰিচয় উদ্ধাৰ হোৱা নাই নিহত হোৱা লোকজনৰ ।
মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।