Uncategorized

দুই সন্তাৰ সৈতে নিৰুদ্দেশ পত্নী

নিউজ ডেক্স, ২৫ মে’
সৰ্থেবাৰীৰ থানাৰ অন্তৰ্গত পূব চতলা গাঁওৰ ছাদ্দাম হুছেনৰ পত্নী নুৰ ছালমা লগতে দুই সন্তান ১৮/০৫/২০২৪ তাৰিখৰ পৰা নিৰুদ্দেশ।পত্নী নুৰ ছালমা যোৱা ১৮ তাৰিখে ৰাতিপুৱা ঘৰৰ পৰা কাকো নোকোৱাকৈ দুই সন্তানক লগত লৈ ওলাই আহে ৷ আগতেও তেনেকৈ ওলাই আহে যদিও আকৌ ঘৰত যায় সেইদিনা ওলাই আহি ঘৰ নোযোৱাত স্বামী ছাদ্দাম হুছেইনে চিন্তিত পৰে আৰু বহু ঠাইত বিচাৰ কৰে যদিও আজিলৈকে কোনো খৱৰ পোৱা নাই । উপায়হীন হৈ মাজদিয়া আৰক্ষী চকীত এজাহাৰ দিয়ে স্বামী ছাদ্দাম হুছেইনে। ছাদ্দাম হুইছেনে পুলিচ প্ৰশাসনক দাবী জনাই যে পত্নীৰ লগতে দুই সন্তানক যাতে বিচাৰি আনি দিয়ে। পত্নী আৰু দুটি সন্তানটিক যদি কোনো ব্যক্তিয়ে দেখা পাই 9395759246, 6900658724এই নম্বৰত যোগাযোগ কৰিব দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button